একাশী জোনাকঃ
আগফালৰ চকীখনত বহি অপুৱে জোনলৈ বাট চায় আছে । আজি শনিবাৰ, 12 বজাতে স্কুল ছুটী হয়। কলৈ গল বাৰু তাই । আকাশখনেও গোমোঠা মাৰি ধৰিছে । এজাক ডেউকা ভঙা বতাহ তাৰ কাষেৰে পাৰ হৈ গ'ল। মেঘ চপৰ...
এটা হীৰুদাৰ কবিতাৰে: "এন্ধাৰে এন্ধাৰে এটি জোনাকী উৰি আহি মোৰ বুকুত শুলেহি |"