গাৰুতো


           ৰাতিপূৱাই গাৰুতো এৰিবলৈ মন নাযায় । বাধ্যত পৰি এৰিব লগা হয়। তাতে আকৌ আজিকালি গাৰুতোৱে মোক বিশ্বাস ঘাতক কৰে। ৰাতি হ'লে শুব' নিদিয়ে। তাৰ খংটোও অলপ বেছি ।মই তাৰ ওপৰত অত্যাচাৰ চলাওঁ । গচকি, মোহাৰি, গুৰিয়াই, লঠিয়াই, নাই নিদিয়ে শুব'লৈ। ৰাতিপূৱাৰ ফালে তাৰ খংটো অকণমান কমে যদিও উঠিবৰে হয় । তাৰোপৰি তাৰ কাষৰ গাৰুতো বহুদিনৰ পৰা এনেয়ে আছে । সেইবাবেও তাৰ বেলেগ খং এটা মনত আছেই । মই নথকাত দুয়োটাই ফুচফুচাই কিবা পাতে । ভালদৰে শুণা নাপাওঁ । বাৰু যি হওঁক সকলোলৈকে শুপ্ৰভাত ।

        দেৱাংগদাৰ কথাৰে "গাৰুবোৰ বিচনাৰ সন্তান, বুকুতে থাকে।"

Comments

Popular posts from this blog

ভাগৱত পুৰাণ

ভাগৱত পাঠ, যুৱ মানসিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগী

মই কেতেকী