তইহীনতা

গড়ালটোৰ পৰা ওলাই আহ,
তইহীনতাই দহিছে মোক
আজিৰ পৃথিৱীক বুজাব'লে
কেতিয়াবা ভাল টকাৰ হিচাবত লগ
পালে,
মোৰ কবিতাৰ
কুমলীয়া বা তপত শব্দবোৰ
তোকে গুণগুণাব' দিম !

কাৰণ
তয়েতো আছিলি আপোন |

Comments

Popular posts from this blog

ভাগৱত পুৰাণ

ভাগৱত পাঠ, যুৱ মানসিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগী

মই কেতেকী