So Please change the DP

বিদ্যা শপত
তোমাৰ প্ৰেমত পৰি যাম
তোমাক নজনোৱা কৈয়ে,
So Please change the DP.

বিদ্যা শপত
কুছি-মুছি ভেবেলী লতাৰ দৰে বগাই যাম
তোমাৰ বুকুলৈ,
So Please change the DP.

(DP : Display Picture)

Comments

Popular posts from this blog

ভাগৱত পুৰাণ

ভাগৱত পাঠ, যুৱ মানসিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগী

মই কেতেকী