খুহুটিয়া কথা

(নতুন দেশ)
                মই আগতেও কৈছিলো যে এনেকৈ নহ'ব, আমাক এখন বেলেগ দেশ লাগে । এওঁ লোকৰ অত্যাচাৰত আমি থাকিব নোৱাৰা হৈছো । আটাইতকৈ ডাঁঙৰ কথা তেওঁলোকে আমাক শোষন কৰি আহিছে, আমাৰ বাক স্বাধীনতা নোহোৱা কৰিছে, প্ৰত্যেক দিনাই এক নতুন নতুন কৌশলেৰে আমাক অশান্তি কৰি আহিছে , কাণৰ কাষত অতিশব্দ সৃষ্টি কৰি আমাৰ মগজুৰ বিকাশত বাধা দিছে, আমাৰ সপোনবোৰ ভাঁঙি চুৰমাৰ কৰি দিছে ।
              তেওঁলোক সোনকালে উথিলেই যেনিবা ! আমি দেৰিলেকে শোৱা মানুহ বোৰে কি কৰিম ? সেইবাবে আমি দেৰিলেকে শোৱা মানুহবোৰৰ কাৰনে এখন বেলেগ দেশ লাগে যাতে সোনকালে উথাবোৰে আমাক শোষন কৰিব নোৱাৰে আৰু মই সেইখন দেশৰ PM.
(কেবিনেটত কোনোবা থাকিব বিচাৰিলে জনালেই হ'ল)

Comments

Popular posts from this blog

ভাগৱত পুৰাণ

ভাগৱত পাঠ, যুৱ মানসিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগী

মই কেতেকী