বেবেৰিবাং

(১) মই নাই
     তুমি আছা,
     মোক এৰি
     কেনেকৈ আছা ৷৷

(২) কথা নহয়
     কবিতা,
     কৰিনা নহয়
     ববিতা ৷৷

(৩) এটা চকু অন্ধ
      এটা চকু বন্ধ,
      তাকেই কৈছো
      কিয় ক'ৰ দন্দ  ৷৷

Comments

Popular posts from this blog

ভাগৱত পুৰাণ

ভাগৱত পাঠ, যুৱ মানসিকতা আৰু বৈজ্ঞানিক দৃষ্টিভংগী

মই কেতেকী