দুই চেকেণ্ডৰ সাধু
জ্ঞানবাণী প্ৰচাৰ কৰি ভ্ৰমি ফুৰা বুদ্ধদেৱ ভাগৰি এঘৰ মানুহৰ চোতালত উপস্থিত হ'ল !
বুদ্ধদেৱ : ভিক্ষাম দেহি..
কিন্তু ঘৰৰ গিৰিহঁত ওলাই আহি বুদ্ধদেৱক নানান তিৰস্কাৰ কৰিলে ! গালি শপনি দিলে ! তেতিয়া বুদ্ধদেৱে ধীৰ-স্থিৰ হৈ বুজালে
"ধৰাহ'ল তুমি মোক ভিক্ষা দিলা, মই ন'ললো, ভিক্ষাখিনি কাৰ ওচৰত থাকিল?"
গিৰিহঁত: মোৰ তাত থাকিল !
"ঠিক তেনেকৈ তুমি মোক গালি দিলা, নানা ঠাট্টা কৰিলা , মই ন'ললো,এতিয়া গালি বোৰ কাৰ হ'ল ?"
Comments
Post a Comment